Jump to content

Intuition:X'stools-million/as

From translatewiki.net

অবিশ্বাস্য। সঁচাকৈয়ে অবিশ্বাস্য। এই সম্পাদনা কাউণ্টাৰটো সৃষ্টি কৰা হৈছিল ২০০৮ চনৰ ডিচেম্বৰত, আৰু দেৰ বছৰৰ ভিতৰতে, ই ১ নিযুতৰ সীমা অতিক্ৰম কৰিলে। বিগত বছৰবোৰত এই সঁজুলিক সমৰ্থন কৰা বাবে মই সকলোকে ধন্যবাদ জনালোঁ। আপোনালোকৰ সহায় অবিহনে ই অসম্ভৱ আছিল। সহযোগিতাৰ আশাৰে! --X! ১৪ মে ২০১০