User:Raymond/assamese

From translatewiki.net
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ে শুদ্ধ আৰু নিৰপেক্ষ ভাবে জ্ঞান সংগ্রহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰাৰ প্রয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্রকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্রতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যন" নামৰ ২০০১